তেতিয়া প্ৰেমিক ৰূপত জিত-বিনীতা বৰশইকীয়া
জিত : মায়া, তোমাৰ গভীৰ নিশাৰ দৰে কিচকিচিয়া মোলায়েম চুলিটাৰি মেলি ৰাখিবাচোন। মোৰ খুব ভাল লাগে তোমাৰ চুলিটাৰিত আঙুলি বুলাই … মায়া : অস্ ! কি যে ৰোমাণ্টিক তুমি! মোৰো খুব ভাল লাগে জানা তুমি মোৰ চুলিত আঙুলি বোলালে। সেয়ে তোমাক লগ কৰিবলৈ আহিলে মই চুলি নফনিওঁৱাকৈয়ে আহোঁ। বিয়াৰ পিছত পতি ৰূপত জিত: জিত : দাদা, অলপ ভাল চাই আৰু মজবুত চাই ফণী এখন দিবচোন … দোকানী : এইখন লওক দাদা। ইমানেই মজবুত যে ভগাৰ কোনো চাঞ্চেই নাই। ঘৰলৈ আহি,
Read more