ফটাপ্ৰশ্ন
(১) দেবজিত শৰ্মা আপোনাক যদি এদিনৰ বাবে চীন দেশৰ মুৰব্বী বনাই দিয়ে, আপুনি প্ৰথম কি কি কাম কৰিব আৰু কিয় ? উত্তৰঃ- গোবী মাঞ্চুৰিয়ান আৰু চাওমিন চিঙাৰা বনোৱা কেইটাক ভাৰতৰপৰা ধৰি নি জেইলত ভৰাম। (২) জয়ন্ত কুমাৰ ডেকা ফটাপ্ৰশ্ন_পুৰুষলৈ এনেই মানে আপুনি কিমান কিলোৰ পৃথিৱী উঠাই আছে বা ভৱিষ্যতে কিমান কিলোৰ উঠাব ? উত্তৰঃ- বলে নোৱাৰা শিলৰ ওজন জানি কি কৰিব ৰমেশ বাবু? #ফটাপ্ৰশ্ন_নাৰীলৈ সেন্দূৰ বা হ’ব লগা সেন্দূৰে কিমান কিলোৰ পৃথিৱী দাঙি আছে বুলি আত্মবিশ্বাসেৰে ক’ব পাৰে? উত্তৰঃ- যিমানেই
Read more