মূল: বৰযাত্ৰী,লিখক:অজ্ঞাত,ভাবানুবাদ – অঞ্জু মহন্ত
যোৱাবছৰৰ কথা, বৰযাত্ৰী হৈ কইনা ঘৰলৈ গৈছিলোঁ। জানেইতো বৰযাত্ৰী হৈ যোৱা কি কষ্ট! গোটেই নিশা টোপনি ক্ষতি হয়। তেতিয়া এনেকুৱা ভাব হয় যেন, কোনো মূৰ্গী ভেকচিন নোলোৱাকৈ তৰ্জুত উঠিছে। মোৰ সমবয়সীয়া যিকেইটা গৈছিল, সিহঁত আটাইকেইটা নিজৰ নিজৰ ‘উহু উহুৰ’ লগত ফোনালাপত ব্যস্ত। সিহঁতে ৰাতি এনেকৈয়েই কটাই দিব। কিন্তু মোৰ! মই কি কৰোঁ! কেনেকৈ পাৰ কৰোঁ ৰাতিটো? মই যে খাটি ঘিঁৰ দৰে খাটি চিঙ্গল! ইফালে আকৌ ৰাতি অলপ হ’ল কি নহ’ল ব্ৰয়লাৰৰ দৰে টোপনিয়াবলৈ আৰম্ভ কৰি দিলোঁৱেই। অৱশ্যে বেছি সময় টোপনিয়াব
Read more