চোৰ প্ৰশিক্ষণ কেন্দ্ৰ, সম্ভাৱনাৰ এখন সোণালী দুৱাৰ – নৱজিত বৰ্মন
হয়তো আপুনি শুনি আচৰিত হৈছে কিন্তু অসম তথা ভাৰতৰ লগতে সম্পূৰ্ণ পৃথিৱীতে চুৰি কাৰ্য এটা ভাল স্বনিয়োজনৰ পথ। সকলোতকৈ ভাল কথা হ’ল চোৰ হ’বলৈ কোনো মূলধনৰ প্ৰয়োজন বা কেঁচামালৰ প্রয়োজন নহয়। ১00% ই আপোনাৰ লাভ। কিন্তু পৰিতাপৰ বিষয় যে, আজিলৈ চৰকাৰে এই বিষয়ত কোনো গুৰুত্ব প্ৰদান কৰা নাই যাৰ ফলত ইমান সম্ভাৱনা থকা স্বত্বেও এই ব্যৱসায় ঠন ধৰি উঠিব পৰা নাই। যদি আমি ‘স্কিল ইণ্ডিয়া’ৰ দ্বাৰা কম্পিউটাৰ, মেকানিক প্ৰশিক্ষণ দিয়াৰ নিচিনাকৈ চোৰৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ, তেনেহ’লে ভাবকচোন আমাৰ কিমান নিবনুৱাৰ
Read more