টিলিং টিলিং ম’বাইল ফ’ন – ডাঃ পাৰ্থসাৰথি ভুঞা
ভাৱকচোন, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানুহৰ বহুতো কাম কিমান সহজ কৰি পেলালে। আমি এনে এটা প্ৰজন্ম, যিয়ে হয়তো বহু নতুন নতুন আৱিষ্কাৰ দেখিবলৈ পালোঁঁ। টিভি, ম’বাইল, কম্পিউটাৰ আদি কৰি কত কি! আগতে মনলৈ আহিছিল, ফ’ন কৰি থকা সময়ত যদি যাৰ লগত কথা পাতি আছোঁ, তেওঁকো দেখিলোঁহেঁতেন। লেণ্ড ফ’নৰ সেই অলীক সপোন এতিয়া ম’বাইল ফ’নে পূৰা কৰিলে। ৰেডিঅ’ত ক্ৰিকেট খেল শুনি থাকোঁতে ভাবিছিলোঁ চাবলৈ পোৱা হ’লে! এতিয়া টিভিৰ লাইভ সম্প্ৰসাৰণে সেই ইচ্ছাও পূৰণ কৰিলে। ইন্দিৰা গান্ধীৰ মৃত্যুৰ সময়ৰ লাইভ কাভাৰেজ আইতাই বিশ্বাসেই
Read more