ৱাৰ্নিং! ন’ মগজু এহেড-দেৱজিৎ
কিবা এটা লিখিবলৈ কিবা এটাৰ প্ৰয়োজন। মানে মই মূৰৰ মাল-মছলাৰ কথা কৈছোঁ। মূৰৰ ভিতৰত কিবা এটা খেলি থাকিলেহে সেইটোকেই বিষয় হিচাপে লৈ কিবা এটা ফটাফট লিখি দিব পাৰি। যেনেকৈ ৰাতিপুৱা কামলৈ যাবলৈ পলম হ’লে কেৱল সেকা পাউৰুটি আৰু অমলেটেৰেই ব্ৰেকফাষ্ট হৈ যায়। অথবা ৰাতিৰ সেমেকা ভাত দুটামান ভেজিটেবোলৰ লগত একেলগে কেৰাহীত ফ্ৰাই কৰি দিলেই ‘ফ্ৰাইড ৰাইচ উইথ গৰম পানী’ নামৰ ৰেচিপিটো হৈ যায়। এনেকৈয়ে কিবাকৈ চলি যায়। কিবা এটা ফটাফট খাই থৈ দিলেই ৰাতিপুৱাৰ আহাৰ গ্ৰহণ হ’ল বুলি ঘোষণা এটা
Read more