কৌতুক-পদ্মলোচন ভৰদ্বাজ
ফেচবুক চেচবুকত ইণ্টাৰেষ্ট নথকা বৌক অনুজ দাই কৈছে = হেৰা , ফেচবুকত আজি কি নিউজ এটা পালো জানানে ?? , বৌ = কয় যদি কওক ! নহ’লে পেঘেনিয়াই নাথাকিব ! , অনুজদা = নতুনকৈ আমেজ বুলি চিগাৰেট ওলাইছিল । সেইটো কোম্পানীৰ চিগাৰেট এটা খাই মানুহ এজনৰ মুখখন জ্বলি গ’ল । কাৰণ……ভুলবশত চিগাৰেটটোৰ ভিতৰত , চাদাৰ সলনি কেনেবাকৈ ফটকা বনোৱা খাৰ সোমাই আছিল !! , বৌ = বঢ়িয়া হৈছে । আৰু খাওক গু-সোপা । , অনুজদা = আৰে !! পিছৰখিনিও শুনি
Read more