কৌতুক -আদিত্য জ্যোতি বৰঠাকুৰ
জাৰকালি মাজনিশা। পত্নী – হেৰি উঠাচোন,,,, নিগনিয়ে কিবা এটা কুটি আছে ,,, কট কট কৰি আছে কিবা এটাই…। পতি – তোমাৰ মূৰটো… লেপখন গোটেইখন তুমিয়ে টানি নিছা, মই আছোঁ লেপৰ বাহিৰত, ঠাণ্ডাতে মোৰ দাঁত কেইটাই কট কটাই আছে। ☆ ★ ☆ ★ ☆
Read more