গোলাপী মায়া-জয়ন্ত দাস
কলাকুশলী সকলঃ নিৰ্মল দত্তঃ (বন বিষয়া), অভিনয়ত- হেমন্ত কাকতি৷ নীতাঃ ( নিৰ্মলৰ পত্নী), অভিনয়ত- ডলী তালুকদাৰ৷ মায়াঃ(নিৰ্মলৰ ভনীয়েক), অভিনয়ত-আৰাধনা বৰুৱা৷ বিকাশঃ ( চোৰাং কাঠ সৰবৰাহকাৰী), অভিনয়ত- সঞ্জীৱ ভট্টাচাৰ্য হৰেণঃ ( গাড়ী মেকানিক), অভিনয়ত- যোগেশ ভট্টাচাৰ্য গোলাপীঃ অভিনয়ত-পূৰ্ণময়ী মেধী৷ গোলাপীৰ মাকঃ অভিনয়ত- কমলা দাস৷ জগতঃ (গেলামাল দোকানী), অভিনয়ত বিজয় মহন্ত৷ নামতীঃ অভিনয়ত- নিলাক্ষী কাকতি সহযোগী নামতীঃ অভিনয়ত- কাবেৰী মহন্ত পৰিবহন আৰু খাদ্যঃ টবিবৰ ৰহমান। ৰচনা/পৰিচালনাঃ জয়ন্ত দাস৷ ১ম দৃশ্যঃ জগতবন্ধু গেলামালৰ দোকান৷ কেমেৰাত দোকানৰ মালিক জগতে( অভিনয়ত: বিজয় মহন্ত) দুডাল ধূপকাঠি
Read more