ডলী ক্ৰিয়েশ্যনৰ উনবিংশ নিৱেদন: পুলিচগিৰি-ডলী তালুকদাৰ
ছবিৰ কাহিনী, পৰিচালনা, সংলাপ:ডলী তালুকদাৰ প্ৰযোজনা: ৰিণ্টুমণি দত্ত পোষ্টাৰ ডিজাইনাৰ: যোগেশ ভট্টাচাৰ্য সংগীত: মৃদুল নাথ কণ্ঠ: অনামিকা গগৈ ক’ৰিঅগ্ৰাফী: অভিজিৎ গোস্বামী অভিনয়ত: শিল্পাশ্ৰী দাস, জ্যোতিৰেখা কোঁৱৰ খাটনীয়াৰ, নীলাক্ষি কাকতি, প্ৰণীতা গোস্বামী বৰঠাকুৰ, বাগ্মীতা ৰাজখোৱা বৰকাকতী, অনামিকা চৌধুৰী, হেমন্ত কাকতি, যোগেশ ভট্টাচাৰ্য, অৰ্চন শৰ্মা, অগ্নিভ দত্ত, সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য। শিল্পাশ্ৰী দাস: নিশা (কলেজীয়া ছোৱালী) জ্যোতিৰূপা: মিণু (টাইপিষ্ট ) নীলাক্ষি কাকতি: চিফ ইঞ্চপেক্টৰ কিৰণ মেধী বাগ্মীতা: চাব ইঞ্চপেক্টৰ লুনা ৰীতালিনা সোণোৱাল: চুমী প্ৰণীতা গোস্বামী বৰঠাকুৰ: ৰত্না, চিনিয়ৰ চিপাহী অনামিকা চৌধুৰী : বীণা,
Read more