ফটাঢোল

শিৱৰাত্ৰি বিশেষ- ধূৰ্জ্জতি কাকতি

আজি শিৱ ৰাত্ৰী৷ শিৱ ৰাত্ৰীত মন্দিৰ বোৰত প্ৰসাদ হিচাপে ভাঙেৰে বনোৱা লাড়ু আৰু ঘোটা দিয়া হয়৷ শিৱ ৰাত্ৰীত ঘোটা খাই যি সকলে পাইছে, তেওঁলোকে জানে এবাৰ ঘোটা বা ভাঙৰ লাড়ুৰ নিচা লাগিলে কেনে লাগে৷ এবাৰ আমাৰ চিনাকী দাদা এজনে নিচা লগাৰ পাচত ঘৰৰ ওচৰৰ সৰু নলা এটাৰ কাষত বহি কান্দি আছিলে এই মস্ত নদীখন পাৰ হৈ মই ঘৰলৈ কেনেকৈ যাম৷ বন্ধু এজনৰ ককায়েকে এবাৰ বিচনাৰ ওপৰত বহি আছিলে গোটেই ৰাতি কাৰণ তেওঁ ভাবিছিলে মজিয়া পানীৰে উপচি পৰিছে আৰু তেওঁ নামিলেই

Read more

লটিঘটি-অসীমা দত্ত শইকীয়া

গেঙটকৰ হোটেলত এবাৰ, ডিনাৰ কৰি চফ বিচাৰিছো।মুখলে আ কে চাই  আছে।   চফেইতো কয় হিন্দীত, মনত পেলালো।নুবুজে সিহঁতে।  ইংৰাজীতো মনত নাই মোৰ।।কেৱল চেহেৰাতো মনত আছে।হিন্দীত চফ নুবুজিলত, মচলা চাহিয়ে ক’লো,  কিটচেনৰ মচলা বক্সতোৰ ওচৰলে মাতিলে।    কি অলগদ্ধ এই কিটাা বুলি বুজাবলে লাগি গ’লো, হাত দুটাৰ চয়েটাৰ কোচাই।প্ৰথম ধান চিনি পাতা হে না সুধি লৈছো।  পাতা হে,ক’লে। ধান কি চেহেৰাৰ, লেকিন ৱ’ গোন্ধাতা হে।চেহেৰা ধান কি তৰহ, লেকিন ধান দেখনে মে চফ কী   বাপ কী তৰহ হে।  সিহঁতৰ ৱেটাৰ,মেনেজাৰ,

Read more

খাই কাৰ্শলা ডালত উঠিল-সঞ্জীৱ কুমাৰ মহন্ত

“খাই কাৰ্শলা ডালত উঠিল কাঠি চেলেকাৰ মৰণ মিলিল”   উক্ত আপ্তবাক্যশাৰী যে ইনেই নকয় তাৰ বহুবাৰ প্ৰমাণ পাইছোঁ । তাৰে এটি কাহিনী আগবঢ়ালোঁ।   কলেজত পঢ়ি থকা দিনৰে কথা, আমাৰ লগৰ বন্ধুকেইজনৰ ভিতৰত এজন বৰ আগলিকা (আগবাঢ়ি আগবাঢ়ি কথা কোৱা) প্ৰকৃতিৰ, অলপ চেলেপু অথচ খুব জমনি টাইপৰ বন্ধু এজনো আছিল (তেওঁ বৰ্তমান চৰাইদেউ জিলাৰ বাসিন্দা), আমিবোৰৰ মাজত সিয়েই এনেকুৱা এটা ল’ৰা আছিল যি ছাৰ বাইদেউ হে নালাগে অচিনাকী এজনকো চিনাকিৰ দৰে মাতি কিবা এষাৰ কথা ফটকৈ কৈ দিব পাৰিছিল ,কথা

Read more

পিকনিকত লটিঘটি-তবিবৰ ৰহমান

হায়াৰ ছেকেণ্ডাৰীত পঢ়ি থকা সময়ৰ কথা। গাঁৱৰ দহজন ল’ৰাই লগ হৈ এবাৰ পিকনিকলৈ গৈছিলোঁ। সেই সময়ত   পিকনিক বুলি ক’লেই গা সাতখন-আঠখন লাগি আছিল। ওচৰ-দূৰ ঠাই বুলি কথা নাই, আগদিনা গোটেই ৰাতিটো পিকনিকৰ নামতে উজাগৰে পাৰ কৰিছিলোঁ। সেইবাৰ যিহেতু ঘৰৰ পৰাই ছয়-সাত ঘণ্টামানৰ ৰাস্তা আছিল, সেয়েহে ৰাতি আঢ়ৈমান বজাতে ঘৰৰ পৰা ওলাইছিলোঁ। ৰাতিপুৱা আঠমান বজাতে পিকনিকস্থলী পোৱাত বস্তু – বাহানি নমাই এজনক সেইবোৰ ৰখিবলৈ থৈ আমি কেইজনমানে ঠাইখন এপাক ঘূৰিলোঁ। ঘূৰি আহি ধোৱা-পখলা কৰি ৰন্ধা – বঢ়াত লাগিলোঁ। আমি কেইজনমানে

Read more

মোৰ ‘বালপক্ৰম’ যাত্ৰা-দিগন্ত তালুকদাৰ

২০১২ চনৰ জানুৱাৰী মাহৰ ১০ তাৰিখ। কলেজৰ ক্লাছ পাতিও সেৰেঙা বাবে হৰিণা গিলা অজগৰডালৰ নিচিনাকৈ বিছনাতে কুণ্ডলী পকাই পৰি আছোঁ অলসভাৱে। মোবাইলৰ স্ক্ৰীণত বিজিতদাৰ নামটো দেখি অনিচ্ছা স্বত্বেও উঠালোঁ। ফোন নধৰিলে কাণেৰে গালিৰ গৰম লাভা সুমুৱাই দিয়াটো খাটাং। : হেল্ল’ কাইকে? এই ৰাতিপুৱাই? : তই ইথেনো ঘূমে আছা? : দাদা… বেচ্ছেলৰ মানুহ। আমাৰ আৰু কি দিন কি ৰাতি? শুয়েই আছোঁ। : কলেজ আইভি না আজি? : যাম। বাৰমান বজাত! : দে আইহলি লগ কৰবি। : কিয়হে কাইকে? : বিহুৰ বন্ধত

Read more

ভূতৰ সৈতে মাৰাথান দৌৰ-বন্দিতা জৈন

চনটো পাহৰিলোঁ, ষষ্ঠমান শ্ৰেণীৰ ছাত্ৰী আছিলোঁ চাগৈ। ঘৰৰ সকলোতকৈ সৰু, নাড়ীমচা বুলি কয় দেউতাই। বলত আছিলোঁ পৰাক্ৰমী (মানে ঘৰৰ মানুহখিনিৰ ওপৰত) মুখচতুৰী বুলি বদনাম এটাও সৰুকৈ আছিল বাৰু। আৰু সাহসৰ ওপৰত কি কম, দুঃসাহসিক নাম দিলেও ভুল নহয়। কাৰণ, সৰুতে মই নহ’লে মা বা বাইদেৱে ৰাতি বাহিৰলৈ নাযায়ে। ৰাতি বাচন ধুবলৈ হ’লেও মাৰ লগত ৰখীয়া হৈ থাকিব লাগে। গতিকে ইয়াতকৈ ভাল উদাহৰণ দিবলৈ অভাৱ। নহয় নহয়, অভাৱ নহয়; আচলতে যিটো কথা লিখিবলৈ এইমখা পাতনি আৰম্ভ কৰিছোঁ, সেইটো দুঃসাহসিক কামৰ ভিতৰত

Read more

পিকনিকলৈ যাব নেকি!-কমলা দাস

মাঘৰ মাহত, বহুতেই ‘ভোগেশ্বৰী’ মন্দিৰ দৰ্শন কৰিবলৈ যায়। বিশেষকৈ নামনিৰ ফালে, বৰপেটা, নলবাৰী, টিহু, বজালী আদি ঠাইৰ মানুহে প্ৰায় প্ৰতিবছৰেই যায় বুলিব পাৰি। মন্দিৰটোৰ বহুত ‘তপ’ থকা বুলি শুনা যায়। সেই মন্দিৰত কিবা মানস কৰিলে হেনো সিদ্ধি হয়েই, এয়া লোকবিশ্বাস। নামনিৰ ফালে ভোগেশ্বৰী মন্দিৰক ‘ভোগী গহয়’ বুলি কোৱা হয়। মাঘ বিহুৰ গোটেই পাঁচ দিন তাত ‘ভোগী মেলা’ বহে। গোটেই মাঘৰ মাহটোতে মন্দিৰটোত দৰ্শনাৰ্থীৰ ভিৰ হৈ থাকে।  মন্দিৰটোলৈ যোৱা বুলিলে সাধাৰণতে সৰু পৰিয়ালবোৰে নিজৰ গাড়ী লৈ যায় আৰু নিজৰ মতে ভ্ৰমণ

Read more

হোষ্টেলীয়া বিয়াৰ উলাহ আৰু বমিৰ ছুনামি- দিগন্ত তালুকদাৰ

হোষ্টেলত থকা ল’ৰাবিলাকৰ বিয়া বুলি ক’লেই মনত এক বেলেগ আলোড়ন। বিয়ালৈ যোৱা, সাজি-কাচি থকা ছোৱালী, বোৱাৰীবোৰ নয়ন ভৰি ৰঞ্জন ৰশ্মি সম্বলিত দৃষ্টিৰে চোৱা আৰু টেটুলৈকে গিলি পেট ভাটাং-ভুটুং লাগি ইচাৎ-বিচাৎ নকৰালৈকে ভাল নলগা আদিবোৰ হোষ্টেলীয়া জীৱনৰ এৰাব নোৱাৰা অংগ। কিমান নমতা বিয়া গৃহস্থই চিনি নোপোৱাকৈ ‘চুট-বুট’ পিন্ধি গহীনত ভদ্ৰলোকৰ বেশত ‘পাৰ্নিল পেলচ’ আৰু ‘ডেকোৰা’ৰ লগতে আন আন বিবাহ ভৱনবিলাকত খালোঁ, আমাৰ জি.চি.চি. হোষ্টেলৰ আবাসীৰ হাতত ইয়াৰ কোনো নিৰ্ভৰযোগ্য পৰিসংখ্যা নাই। এই সত্য পিছে মহাবাহুৰ বোৱতী পানীৰ দৰেই চিৰন্তন; চিৰ প্ৰবাহমান।যুগে

Read more

জিন দা চুপাৰমেন- ধনজিৎ বৰুৱা

নামটোৰ দৰে দাদাই কাৰবাৰবোৰ কৰি বাইদেউহঁতে ঘৰত মাতিবলৈ ৰখা নামটোক আলোকিত কৰিছিল; লগতে সোঁৱৰণীৰ নামটোক আন্ধাৰত ডুবাইছিল। সোঁৱৰণীত নাম আছিল প্ৰশান্ত। ঘৰত নাম “জিন” আমি মাতিছিলো “জিনদা”। জিনদাৰ কাৰবাৰ জিন্দা দিল। জিন্দা দিলৰ পাৰ্শ্বৰূপ কিন্তু বৰ মুচকিল  । মাজতে অৰুণাচলৰপৰা আনাৰস অনাৰ কাৰবাৰ কৰিলে। ৰাতি তিনি বজাত যে পৃথিবী এখন সাৰে থাকে তেওঁ ভবাই নাছিল। ৰাতি টুকুৰিবোৰ ট্ৰাকে ট্ৰাকে আহি ৰৈ আছে। তাতে যেনিবা  কথা-বতৰা শুনি সৰু ল’ৰা এটাই আহি ঘৰ পালেহি। (সৰু টাউনখনৰ কাষতে ঘৰ আৰু চিনাকি কাৰণে)  খবৰ

Read more

চাংবাদিক নামটোৰ ইতিহাস সম্পৰ্কে-পার্থ প্ৰতীম শৰ্মা

আজি কেইবছৰমান আগৰ কথা। চিনাকি দাদা দুজনমানে “এয়া চাওক/ আপোনালোকক দেখুৱাব খুজিছোঁ/ এয়া আপোনালোকে দেখিছে কিদৰে” এনেকৈ কেইটামান শাৰী মাতি ভিডিঅ’ কৰি ৰিপ’ৰ্টিঙৰ কাম কৰে। ৰিপ’ৰ্টিং মানে সেই ভিডিও কৰি উঠি যাৰ ভিডিঅ’ কৰে তেওঁক ভাবুকি দিয়ে- বোলে ইমান টকা নিদিলে ভিদিঅ’টো নিউজত দিম। এতিয়া যাৰ ভিডিঅ’ কৰিছে, তেওঁ নিশ্চয় সৰু-সুৰাকৈ হ’লেও কিবা এটা অনিয়মৰ কাম কৰিছে। গতিকে সন্মান লাঘৱ হোৱাতকৈ তেৱোঁ কিবা এটা দি ‘মেনেজ’ কৰিবলৈ যত্ন কৰে। তেওঁলোকৰ এই জালৰ পৰা মুঠতে কোনো সাৰি নগ’ল। হস্পিটেললৈ অলপ দেৰিকৈ

Read more
1 2 3 4 5 66
error: Content is protected !!