বক্ৰ গতি-অবিনাশ পীড়াকটা
চচিয়েল মিডিয়াত চৰ্চা অসমৰ হাফপেণ্ট কাণ্ড আধুনিকতাৰ নামত অসমীয়া সংস্কৃতিৰ ম্লান মানদণ্ড নিউজ প’ৰ্টেলৰ বিকৃতি কেনেকৈ পায় স্বীকৃতি গঠনমূলক আলোচনাইহে ঘূৰাই আনিব ছন্দ। ******* ৰাজ্যত ধুমুহা সৃষ্টি হাফপেণ্টক লৈ হাফ চিন্তা সেয়ে আমাৰ সমাজত বাজিল অশনি ঘণ্টা নিমাতীৰ ঘটনা পৰিল তল এচামে আছিল চাই চল আমনি লাগিছে আৰু এই দিন ন টা। ☆ ★ ☆ ★ ☆
Read more